- হায়দৰাবাদৰ ভৰত নগৰত ভয়ংকৰ দুৰ্ঘটনা।
- ফ্লাই অভাৰৰ পৰা বাগৰি তলত পৰিল এখন দ্ৰুতবেগী বাহন।
- নিয়ন্ত্ৰণ হেৰুৱাই ফ্লাইঅভাৰৰ পৰা তলত বাগৰি পৰে বাহনখন।
- দুৰ্ঘটনাত থিতাতে নিহত হয় বাহনখনৰ চালকজনৰ।
- আনহাতে অইন ৫জন লোক আহত হৈছে এই দুৰ্ঘটনাত।
- আহত সকলক ভৰ্তি কৰা হৈছে গান্ধী হাস্পতালত।
- আহতসকলৰ দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।