- কৰ্ণাটকৰ এটা বাসগৃহৰ চৌহদত সোমাল এটা নাহৰফুটুকী।
- ৰাজ্যখনৰ শিৱামোগ্গাৰ এটা বাসগৃহত সোমাল এই নাহৰফুটুকীটো।
- নিশা নাহৰফুটুকীটো বাসগৃহটোৰ চৌহদত সোমাই ধৰি নিলে এটা পোহনীয়া কুকুৰ।
- এই সমগ্ৰ ঘটনাৰ দৃশ্য বন্দী হ'ল চিচি টিভি কেমেৰাত।
- শনিবাৰে নিশা সংঘটিত হয় এই ঘটনা।