মুখ্য-পৃষ্ঠা

ৰাজপথত দপদপকৈ জ্বলিল বাহন…

asomiyapratidin
  • মুম্বাইৰ ৰাজপথত বিধ্বংসী অগ্নিকাণ্ড।
  • মুম্বাইৰ ডিওনাৰ ৰোডত সংঘটিত হ'ল অগ্নিকাণ্ড।
  • এখন বাহনত সূত্ৰপাত হয় জুইৰ।
  • নিমিষতে জুইৰ জাহ যায় বাহনখন।
  • যান্ত্ৰিক বিজুটিৰ বাবেই এনেদৰে ৰাজপথত বাহনখন জ্বলি যোৱাৰ সন্দেহ।
  • সৌভাগ্যক্ৰমে কোনো লোক হতাহত নহ'ল এই অগ্নিকাণ্ডত।
  • ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ নিৰ্বাপন কৰে জুই।