মুখ্য-পৃষ্ঠা

উত্তৰ প্ৰদেশত পলিঅ’ৰ ঔষধ খাই মৃ্ত্যু ৯ মহীয়া শিশুৰ

asomiyapratidin
  • উত্তৰ প্ৰদেশৰ বান্দাত শোকাৱহ ঘটনা।
  • পলিঅ'ৰ দৰৱ খাই মৃত্যু এটি ৯ মহীয়া শিশুৰ।
  • বুধবাৰে পলিঅ'ৰ দৰৱ খোওৱাৰ পিছতে মৃত্যু ঘটে শিশুটিৰ।
  • ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।
  • ভেজাল পলিঅ' শিশুক দিয়াৰ অভিযোগ একাংশৰ।
  • ঘটনাৰ তদন্তৰ বাবে গঠন কৰা আছে আৰক্ষীৰ এখন বিশেষ কমিটী।
  • দোষীক কৰায়ত্ব কৰি শাস্তি প্ৰদানৰ আশ্বাস আৰক্ষীৰ।