- ভাৰতত কোৰোনাই প্ৰাণ ল'লে আন এগৰাকী লোকৰ।
- শ্ৰীনগৰৰ হাইদৰপাৰাত মৃত্যু হয় ৬৫ বছৰীয়া এগৰাকী লোকৰ।
- আন চাৰিগৰাকী ব্যক্তিৰ সৈতে বুধবাৰে এই লোকগৰাকীৰ গাতো ধৰা পৰিছিল কোৰোনা ভাইৰাছৰ অৱস্থি্তি।
- জম্মু-কাশ্মীৰৰ উচ্চ পদস্থ প্ৰশাসনিক বিষয়া ৰোহিত কামচালে সদৰি কৰে এই কথা।