মুখ্য-পৃষ্ঠা

ভূমি বিবাদক কেন্দ্ৰ কৰি ৯ জনক গুলীয়াই হত্যা

asomiyapratidin
  • ভূমি বিবাদক কেন্দ্ৰ কৰি উত্তৰ প্ৰদেশত দুটা ফৈদৰ মাজত উত্তপ্ত পৰিস্থিতি।
  • উত্তৰ প্ৰদেশৰ সোনভদ্ৰাত সংঘটিত হয় এই ঘটনা।
  • ভূমি বিবাদক কেন্দ্ৰ কৰি দুয়োটা ফৈদে কৰে গুলীচালনাত।
  • গুলীচালনাত নিহত হৈছে ৯ জনকৈ লোক।
  • ইফালে সংঘৰ্ষত নিহতৰ সংখ্যা অধিক হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে জিলা দণ্ডাধীশ অংকিত কুমাৰ আগৰৱালে।
  • সংঘৰ্ষত আহত সকলক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।