মুখ্য-পৃষ্ঠা

দিল্লীত বিধ্বংসী অগ্নিকাণ্ড, শিশু আৰু এগৰাকী মহিলাসহ ৯জন লোকৰ মৃত্যু

asomiyapratidin
  • দিল্লীৰ কৰোল বাগত বিধ্বংসী অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডৰ ফলত এটি কণমানি শিশু আৰু এগৰাকী মহিলাসহ ৯জন লোকৰ মৃত্যু হয়।
  • কৰোল বাগস্থিত অৰ্পিত হোটেলত জুইৰ সূত্ৰপাত।
  • আজি পুৱতি নিশা ৪ বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।
  • ঘটনাস্থলীত ২৬খন অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই।