মুখ্য-পৃষ্ঠা

যাত্ৰীবাহী বাছৰে ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, নিহত ৭, আহত ৩৪

asomiyapratidin
  • আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছ ৱে'ত ভয়ংকৰ দুৰ্ঘটনা।
  • যাত্ৰীবাহী বাছৰে ট্ৰাকৰ মুখামুখি সংঘৰ্ষ।
  • দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে ৭ জন লোকে।
  • ইফালে আহত হৈছে ৩৪জন লোক।
  • মইনপুৰীত সংঘটিত হৈছে এই ঘটনা।