মুখ্য-পৃষ্ঠা

কিহৰ ইংগিত! পুৱা ৯.১৭ বজাত পঞ্চমটো ভূমিকম্পৰ জোকাৰণি দেশত…

asomiyapratidin
  • ইটোৰ পিছত সিটো ভূমিকম্পই জোকাৰিছে।
  • ৪টাকৈ ভূমিকম্পই উত্তৰ পূব জোকাৰি যোৱাৰ পাছত পুনৰ আন এটা ভূমিকম্পৰ জোকাৰণি অনুভূত।
  • মহাৰাষ্ট্ৰত অনুভূত হয় এই জোকাৰণি।
  • ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.৫।
  • পুৱা ৯.১৭ বজাত মাহাৰাষ্ট্ৰৰ পালঘৰত অনুভূত হৈছিল জোকাৰণি।
  • যোৱা ১৬ ঘন্টাত ৫টাকৈ ভূমিকম্পই জোকাৰিলে।
  • ঘনে ঘনে অহা এই ভূমিকম্পক লৈ শংকিত বহু লোক।
  • শুকুৰবাৰে ২.৫৫ বজাত প্ৰথম অনুভূত হৈছিল ৫.৬ প্ৰাবল্যৰ ভূমিকম্প।
  • তাৰ পাছত ক্ৰমে ৩.৮ আৰু ৪.৯ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল উত্তৰ পূব।