মুখ্য-পৃষ্ঠা

নৰ্থ ২৪ পাৰগানাছত আমফানে কাঢ়িলে ২জনৰ প্ৰাণ, ক্ষতিগ্ৰস্ত ৫৫০০টা বাসগৃহ…

asomiyapratidin
  • পশ্চিমবংগত আমফান ঘূৰ্ণীবতাহৰ তাণ্ডৱ।
  • আমফান ঘূৰ্ণীবতাহৰ ফলত পশ্চিমবংগৰ নৰ্থ ২৪ পাৰগানাছত দুজন লোকে হেৰুৱালে প্ৰাণ।
  • লগতে গুৰুতৰভাৱে আহত আন দুজন লোক।
  • প্ৰায় ৫৫০০টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে এই ঘূৰ্ণীবতাহৰ ফলত।