মুখ্য-পৃষ্ঠা

অসমত পৰিৱেশ অধিক অৱনতিঃ একেলগে ৫৩গৰাকীৰ দেহত কোৰোনাৰ অৱস্থিতি…

asomiyapratidin

ডিজিটেল ডেস্কঃ অসমত পৰিৱেশ অধিক অৱনতি ঘটিছে। পুনৰ ৫৩গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ। স্বাস্থ্যমন্ত্ৰীয়ে সদৰি কৰিছে যে, ৪৪গৰাকী সৰুসজাই কোৱাৰেন্টাইন চেন্টাৰত থকা আৰু বাকী ৭গৰাকী ডিমা হাচাও আৰু দুগৰাকী কাছাৰৰ। ৰাজ্যত কোৰোনাত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা ৩১৯লৈ বৃদ্ধি।