মুখ্য-পৃষ্ঠা

মাজনিশা ভূমিকম্পই জোঁকাৰি গ’ল অৰুণাচল প্ৰদেশ…

asomiyapratidin
  • মাজনিশা ভূমিকম্পই জোঁকাৰি গ'ল অৰুণাচল প্ৰদেশ।
  • ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৪.২।
  • মাজনিশা ১বাজি ২৫মিনিটত অনুভূত হৈছিল এই ভূমিকম্পৰ জোকৰণি।
  • এই ভূমিকম্পটোৰ অভকেন্দ্ৰ আছিল অৰুণাচলৰ চাংলাং জিলা।