মুখ্য-পৃষ্ঠা

শোকাবহ পথ দুৰ্ঘটনাত নিহত ৪, গুৰুতৰভাৱে আহত ১

asomiyapratidin
  • অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণা জিলাত শোকাবহ পথ দুৰ্ঘটনা।
  • কৃষ্ণাৰ গাৰিকাপাড়ুত সংঘটিত হয় এই দুৰ্ঘটনা।
  • দুখন যাত্ৰীবাহী চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষ।
  • দুৰ্ঘটনাত থিতাতে নিহত হয় বাহন দুখনৰ মুঠ ৪ জন যাত্ৰী।
  • অন্য এজন যাত্ৰী হয় গুৰুতৰভাৱে আহত।
  • আহত লোকজনক সংকটজনক অৱস্থাত স্থানীয় চিকিৎসালয়ত ভৰ্তি।