- ৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণৰ দোষীৰ শাস্তি ঘোষণা।
- মূল অভিযুক্ত ৰঞ্জন দৈমাৰীসহ ১০জনক যাৱজ্জীৱন কাৰাদণ্ড।
- চি বি আই ৰ বিশেষ আদালতে ঘোষণা কৰিলে শাস্তি।
যাৱজ্জীৱন কাৰাদণ্ড বিহা ১০জন অভিযুক্ত হ'ল-
- ৰঞ্জন দৈমাৰী,
- জৰ্জ বড়ো,
- অজয় বসুমতাৰী,
- ৰাহুল ব্ৰহ্ম,
- ৰাজেন গয়াৰী,
- অনছাই বড়ো,
- ল'খৰা বসুমতাৰী,
- ইন্দ্ৰ ব্ৰহ্ম,
- বৈশাখী বসুমতাৰী
- ৰাজু সৰকাৰ
- জয়ন্তী ব্ৰহ্ম, প্ৰভাত বড়ো আৰু মথুৰাম ব্ৰহ্মক আদালতে বিহিলে জৰিমনা।
- নিলীম দৈমাৰীক দুটা গোচৰত ২০০ টকাৰ জৰিমনাৰে কাৰাগাৰৰ পৰা মুকলি।
- আনহাতে, মঙলবাৰে মৃদুল গয়াৰীক বেনিফিট অৱ ডাউটত দোষমুক্ত ঘোষণা কৰে আদালতে।