মুখ্য-পৃষ্ঠা

পুলৱামাত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত ৩ সন্ত্ৰাসবাদী

asomiyapratidin
  • জম্মু-কাশ্মীৰৰ পুলৱামাৰ অৱন্তীপুৰাত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ।
  • অৱন্তীপুৰাৰ পাঞ্জগাম গাঁৱত সংঘটিত হয় এই সংঘৰ্ষ।
  • অঞ্চলটোত আত্মগোপন কৰি আছিল সন্ত্ৰাসবাদীৰ দল এটাই।
  • নিৰাপত্তাৰক্ষীয়ে খবৰ লাভ কৰি চলাইছিল অভিযান।
  • পুৱতি নিশা প্ৰায় ২.১০ বজাত নিৰাপত্তাৰক্ষীয়ে অভিযান চলায়।
  • নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৩ সন্ত্ৰাসবাদী।