মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত ৩ সন্ত্ৰাসবাদী, মছজিদত কৰি আছিল আত্মগোপন..

asomiyapratidin
  • জম্মু-কাশ্মীৰত অব্যাহত আছে সেনাৰ সন্ত্ৰাসবাদী বিৰোধী অভিযান।
  • শুকুৰবাৰে সেনাৰ সৈতে হোৱা সংঘৰ্ষত ৩টাকৈ সন্ত্ৰাসবাদী নিহত।
  • এই তিনিটাৰ ভিতৰত দুটা মছজিদৰ ভিতৰত আত্মগোপন কৰি আছিল।
  • অৱন্তীপুৰাত এই সন্ত্ৰাসবাদী দুটাৰ ওপৰত আক্ৰমণ চলায় সেনাই।
  • ইফালে চৌপিয়াত সেনাৰ এনকাউন্টাৰত নিহত হয় আন এটা সন্ত্ৰাসবাদী।