উত্তৰাখণ্ডত তীব্ৰ বৰষুণ আৰু তুষাৰপাতৰ সম্ভাৱনা।মঙলবাৰে দেহৰাডুনত স্কুল-অংগনবাড়ী কেন্দ্ৰসমূহ বন্ধ থাকিব।দেহৰাডুন জিলা প্ৰশাসনে গ্ৰহণ কৰে এই সিদ্ধান্ত।কোনো লোক তথা ছাত্ৰ-ছাত্ৰীৰ ক্ষয়ক্ষতি নোহোৱাৰ বাবেই গ্ৰহণ কৰা হৈছে এই পদক্ষেপ।