২২ আৰু ২৩ মাৰ্চত খোলা থাকিব কোষাগাৰ।ৰাজ্যৰ সকলো কোষাগাৰ খোলা ৰখাৰ নিৰ্দেশবিত্ত বিভাগে প্ৰদান কৰিছে এই নিৰ্দেশ।মাৰ্চ এণ্ডিং উপলক্ষে খোলা থাকিব কোষাগাৰসমূহ।উল্লেখ্য যে, হোলীৰ উপলক্ষ্যে অহা ২২ মাৰ্চত বন্ধ থাকিব ৰাজ্যৰ আন চৰকাৰী কাৰ্যালয় সমূহ।