বিগত ২৪ ঘন্টাত ২১ গৰাকী বিএছএফ জোৱানৰ দেহত ধৰা পৰিল কোৰোনা ভাইৰাছ।ইফালে একেসময়তে আৰোগ্য হৈছে ১৮জন জোৱান।বৰ্তমানলৈকে মুঠ আৰোগ্য হৈছে ৬৫৫ গৰাকী জোৱান।ইফালে এতিয়াও চিকিৎসাধীন হৈ আছে ৩০৫ জন।বিএছএফৰ এক সূত্ৰই এই কথা সদৰি কৰিছে।