ৰাজ্যত বৃহৎ সুৰা ট্ৰেজেডি।মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯ জনলৈ বৃদ্ধি।মৃত্যু হোৱা লোকৰ পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য।অসুস্থ লোকলৈ ৫০ হাজাৰ টকাৰ এককালীন সাহায্য।তিতাবৰত মুখ্যমন্ত্ৰীয়ে কৰিলে এই ঘোষণা ।