ঝাৰখণ্ডত নক্সালৰ আইইডি বিস্ফোৰণ ।বিস্ফোৰনৰ ফলত ঝাৰখণ্ডৰ জাগুয়াৰ ইউনিটৰ ২ জন জোৱানৰ মৃত্যুবিস্ফোৰণৰ ফলত ৩জন জোৱানো আঘাতপ্ৰাপ্ত হয় ।বিস্ফোৰণৰ পিছতে আৰক্ষীয়ে আৰম্ভ কৰিছে ব্যাপক অনুসন্ধান ।এই কথা ঝাৰখণ্ড আৰক্ষীয়ে জানিব দিয়ে ।