মুখ্য-পৃষ্ঠা

চৰকাৰ কাৰঃ আজি ১২৬টা সমষ্টিৰ ৯৪৬গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়…

asomiyapratidin
  • অসমত আজি বিধানসভা নিৰ্বাচন-২০২১ৰ ভোটগণনা।
  • ১২৬টা সমষ্টিৰ ৯৪৬গৰাকী প্ৰাৰ্থীৰ হব ভাগ্য নিৰ্ণয়।
  • সাজু হৈছে সকলো পলিং ষ্ট্ৰেচন।
  • প্ৰথম পৰ্যায়ত ৪৭টা সমষ্টিত অনুষ্ঠিত হৈছিল ভোটগণনা।
  • প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ২৭ মাৰ্চত অনুষ্ঠিত হৈছিল।
  • দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল ১এপ্ৰিল ২০২১ত।
  • নিৰ্বাচন অনুষ্ঠিত হৈছিল ৩৯টা সমষ্টিত।
  • তৃতীয় পৰ্যায়ৰ নিৰ্বাচন হৈছিল ৬ এপ্ৰিল ২০২১ত
  • নিৰ্বাচন অনুষ্ঠিত হৈছিল ৪০টা সমষ্টিত।