মুখ্য-পৃষ্ঠা

প্ৰৱল বৃষ্টিপাত, উত্তৰ প্ৰদেশত নিহত ১৫

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰৱল বৃষ্টিপাতৰ বাবে উত্তৰ প্ৰদেশত সংঘটিত হোৱা কেইবাটাও দুৰ্ঘটনাত মৃত্যু হৈছে ১৫ জনকৈ লোক। বিগত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ১৩৩ টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। প্ৰশাসনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে বিগত দুটা দিনত ১৫ জনকৈ লোক নিহত হোৱাৰ লগতে ২৩ টা জীৱ-জন্তুয়ো নিহত হৈছে।