মুখ্য-পৃষ্ঠা

দিল্লীৰ বিধানসভা নিৰ্বাচনঃ দিনৰ ১২ বজালৈকে ১৫.৬৮ শতাংশ ভোটগ্ৰহণ সম্পন্ন…

asomiyapratidin
  • অব্যাহত আছে দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
  • ৭০ খন আসনৰ বাবে মুঠ ৬৭২ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটদান পৰ্ব।
  • দিনৰ ১২ বজালৈকে ১৫.৬৮ শতাংশ ভোটগ্ৰহণ সম্পন্ন।
  • নিয়াৰিকৈ চলি আছে এই ভোটগ্ৰহণ।
  • প্ৰায়বোৰ ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰতে দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী।