- দিল্লীত অব্যাহত উত্তপ্ত পৰিস্থিতি।
- 'কা' বিৰোধী প্ৰতিবাদৰ সমাজতে সংঘটিত এই হিংসাত্মক ঘটনা।
- দিল্লীত বৰ্তমানলৈ এই হিংসাত্মক ঘটনাত নিহত ১৩জনকৈ লোক।
- এই কথা জনাইছে গুৰু কেজ বাহাদুৰ হাস্পতালৰ কৰ্তৃপক্ষই।
- উল্লেখ্য যে, বুধবাৰে এই উত্তপ্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ ৰখা হ'ব উত্তৰ-পূব দিল্লীৰ সকলো বিদ্যালয়।