অন্ধ্ৰপ্ৰদেশৰ পূব গোদাবৰী জিলাত গোদাবৰী নৈত ডুব গ'ল পৰ্যটক বিভাগৰ এখন নাও।দুৰ্ঘটনাত বৰ্তমানলৈ মৃত্যু হৈছে ১১জনকৈ লোক।নাওখনত আছিল মুঠ ৬১জনকৈ লোক।বৰ্তমানেও অব্যাহত আছে উদ্ধাৰকাৰী দলৰ অভিযান।