মুখ্য-পৃষ্ঠা

দেশত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমন, ৰায়পুৰত লকডাউন ঘোষণা…

asomiyapratidin
  • ছত্তীশগড় চৰকাৰে কোৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি লকডাউনৰ সিদ্ধান্ত ।
  • ছত্তীশগড়ৰ ৰায়পুৰত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে ।
  • চহৰখনত ৯ এপ্ৰিলৰ পৰা ১৯ এপ্ৰিললৈ ঘোষণা কৰা হৈছে লকডাউন ।
  • ৰায়পুৰৰ কালেক্টৰেও এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে।
  • এই লকডাউনৰ সময়ত জিলাৰ সীমা সমূহো বন্ধ থাকিব ।