মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰৰ অৱন্তীপুৰাত আৰক্ষী-নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী…

asomiyapratidin
  • জম্মু-কাশ্মীৰৰ অৱন্তীপুৰাত আৰক্ষী-নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত এজন সন্ত্ৰাসবাদী।
  • বুধবাৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অঞ্চলটোত পুনৰ অভিযান চলাইছিল আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে।
  • উল্লেখ্য যে, মঙলবাৰেও এই অঞ্চলটোত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা হৈছিল অভিযান।
  • মঙলবাৰে অভিযানকালত সন্ত্ৰাসবাদীৰ গুলীত নিহত হৈছিল ভাৰতীয় সেনাৰ এজন জোৱান আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ এজন বিষয়া।