গুৱাহাটী

মহানগৰীত নিশাৰ বিশ্বকৰ্মা পূজা, চাওক VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিশ্বকৰ্মা পূজা উপলক্ষে মহানগৰীৰ ভিন্নস্থানৰ পূজাস্থলীত নিশাৰ ভাগত অায়োজন কৰা হৈছে নাম-প্ৰসংগৰ। নিশাৰ ভাগত আলোকসজ্জাৰে আলোকিত হৈ পৰিছে চানমাৰিস্থিত কাৰ্যালয়ত ট্ৰিবিউন গোষ্ঠীয়ে আয়োজন কৰা বিশ্বকৰ্মা পূজাস্থলী।

সন্ধিয়াৰে পৰা আৰম্ভ হোৱা বিশেষ নাম-প্ৰসংগ চাবলৈ ভিন্ন প্ৰান্তৰ পৰা আহি ভিৰ কৰিছে ট্ৰিবিউন গোষ্ঠীৰ পূজাস্থলীত। ৰাজপথৰ পৰা দৃশ্যমান হোৱা দৃষ্টিনন্দন আলোকসজ্জা বহু লোকে পথৰ পৰাও ৰৈ ৰৈ চোৱা পৰিলক্ষিত হৈছে।