গুৱাহাটী

চানমাৰীত পথ দুৰ্ঘটনাঃ চাওঁক এজন প্ৰত্যক্ষদৰ্শীয়ে কি কয়, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ দুৰ্ঘটনা সন্দৰ্ভত এজন প্ৰত্যক্ষদৰ্শীয়ে কি কয়। কমাৰ্চ কলেজৰ সন্মুখৰ ট্ৰেফিক ছিগনেলত নাছিল যান-বাহন আৰক্ষী। প্ৰায় ৯.৩০ বজাত সংঘটিত হৈছিল এই পথ দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত হোৱা বহু সময়লৈকে উপস্থিত হোৱা নাছিল আৰক্ষী, যান-বাহন শাখাৰ আৰক্ষী। বহু পলমকৈ দুৰ্ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষী। দুৰ্ঘটনা সন্দৰ্ভত এজন প্ৰত্যক্ষদৰ্শীয়ে কি ক'লে চাওঁক-