পুনৰ আটক ভিক্টৰ দাসক....
পুনৰ আটক ভিক্টৰ দাসক.... 
গুৱাহাটী

পুনৰ আটক ভিক্টৰ দাসক....

Asomiya Pratidin
  • পুনৰ ভিক্টৰ দাসক আটক।

  • পল্টন বজাৰ আৰক্ষীয়ে আটক কৰিছে ভিক্টৰ দাসক।

  • ভিক্টৰ দাসৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ।

  • পূৰ্বৰ প্ৰতিষ্ঠানত গৈ বিভিন্ন সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰাৰ অভিযোগ।

  • ধাৰাবাহিক ভাৱে ভিক্টৰ দাসে পূৰ্বৰ কৰ্মৰত প্ৰতিষ্ঠানৰ গৰাকীৰ বিৰুদ্ধে উত্থাপিত কৰি আহিছিল গুৰুতৰ অভিযোগ।

  • পূৰ্বেও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ভিক্টৰ দাসক।

  • পূৰ্বেও অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাত কেলেংকাৰী হোৱাৰ অভিযোগ তুলি আৰক্ষীৰ আলহী হৈছিল ভিক্টৰ দাস।

  • পৰৱৰ্তী সময়ত নিজ পত্নীয়েও ভিক্টৰ দাসৰ বিৰুদ্ধে উত্থাপন কৰিছিল শাৰীৰিক, মানসিক অত্যাচাৰৰ গুৰুতৰ অভিযোগ।