গুৱাহাটী

উত্তৰ গুৱাহাটীত দলঙৰ লোৰ প্লেট খহি নিহত এজন শ্ৰমিক

asomiyapratidin
  • উত্তৰ গুৱাহাটীৰ জাইকাৰ দলঙৰ লোৰ গধুৰ প্লেট খহি নিহত এজন শ্ৰমিক।
  • থিতাতে নিহত শ্ৰমিকজনৰ নাম ইন্দ্ৰেছ। 
  • গুৰুতৰভাৱে আহত টাইজুদ্দিন নামৰ আন এজন শ্ৰমিক।
  • আহত শ্ৰমিকজনক ততালিকে হাস্পতালত ভৰ্তি কৰোৱা হয়।