গুৱাহাটী

মহানগৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ

asomiyapratidin
  • মহানগৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ।
  • ধীৰেনপাৰাত উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ।
  • দুবৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ।
  • স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীয়ে।
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো জিএমিচিএইছ মৰ্গলৈ প্ৰেৰণ কৰে।
  • ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।