উগ্ৰতাৰাৰ মুল বিগ্ৰহৰ চুৰিকাণ্ডৰ সন্দৰ্ভত আৰু এজনক গ্ৰেপ্তাৰ। আৰক্ষীৰ জালত পৰিছে আজিজুল আলী নামৰ অভিযুক্তজন।গুৱাহাটীৰ মহানগৰৰ পাঞ্জাবাৰীৰ পৰা আজিজুল আলীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।উল্লেখ্য যে ইতিমধ্যে উদ্ধাৰ হৈছে উগ্ৰতাৰা দেৱালয়ৰ চুৰি বিগ্ৰহ।