গুৱাহাটী

গুৱাহাটীৰ জ্যোতিনগৰৰ গণেশনগৰত চুৰিকাণ্ড

Asomiya Pratidin
  • গুৱাহাটীৰ জ্যোতিনগৰৰ গণেশনগৰত চুৰিকাণ্ড

  • ঘৰৰ কাম কৰা মহিলাই চুৰি কৰিলে ঘৰৰ সামগ্রী

  • সোণৰ আ-অলংকাৰৰ লগতে নগদ ধন চুৰি

  • মনজিৎ চৌধুৰী নামৰ লোকজনৰ ঘৰত এই ঘটনা

  • মিনাক্ষী কলিতা নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে চুৰিৰ অভিযোগ

  • মহিলাগৰাকীৰ স্বামী নৱজিৎ কলিতাও ঘটনাত জড়িতৰ অভিযোগ

  • চুৰি সামগ্রীসমূহ জমা ৰাখিছিল এগৰাকী শিক্ষকৰ ওচৰত

  • শিক্ষকগৰাকীৰ নাম বৃন্দাবন তালুকদাৰ

  • চুৰি হোৱা সামগ্রীসমূহ উদ্ধাৰ চানমাৰি আৰক্ষীৰ

  • লগতে আটক কৰিছে দুই চোৰক