সান্ধ্য আইনৰ মাজতে মহানগৰীৰ বিভিন্ন স্থানত বিক্ষিপ্ত ঘটনা।লাখটকীয়াত উত্তপ্ত পৰিস্থিতি। শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আৰক্ষীয়ে বৰ্বৰতা প্ৰদৰ্শন কৰাৰ অভিযোগ।আৰক্ষীয়ে শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পোষ্টাৰ ফলাৰ অভিযোগ।