গুৱাহাটী

মহানগৰীৰ চূণচালিত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত সন্ধানহীন ৪ কিশোৰ..

asomiyapratidin
  • মহানগৰীৰ চূণচালিৰ ৰামছিং চাপৰিত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত সন্ধানহীন ৪ কিশোৰ।
  • সন্ধানহীন কিশোৰকেইটাৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত এছ ডি আৰ এফ আৰু নদী আৰক্ষীৰ।
  • ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱা কিশোৰ কেইটা হৈছে নুনমাটি নিজৰাপাৰৰ।
  • কিশোৰকেইটাৰ নাম হৈছে ছাইদুল হুছেইন, ছানিদুল আলী, নাছিৰ আলী আৰু নাজিৰুল আলী।
  • মুঠ ১২টি কিশোৰে গা ধুবলৈ গৈছিল ব্ৰহ্মপুত্ৰত।