গুৱাহাটী

পথ দুর্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত সাতমাইল

asomiyapratidin
  • বিশ্বকৰ্মা পূজাৰ দিনাই মহানগৰীৰ সাতমাইলত পথ দুৰ্ঘটনা।
  • পথ দুর্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তপ্ত পৰিস্থিতি।
  • দুটা ফৈদৰ মাজত সংঘটিত হয় হতাহতি।
  • ঘটনাস্থলীত আৰক্ষী-চিআৰপিএফৰ লাঠীচালনা।
  • আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।