পুৰণি শৰাইঘাটৰ দলঙত অঘটন।ব্ৰহ্মপুত্ৰত জঁপিয়াই আত্মহত্যাৰ অপচেষ্টা এগৰাকী মহিলাৰ।মহিলাগৰাকীৰ ঘৰ ছিপাঝাৰত।আৰক্ষীয়ে উদ্ধাৰ কৰে মহিলাগৰাকীক।পাৰিবাৰিক কন্দলৰ বাবে আত্মহত্যাৰ অপচেষ্টাৰ সন্দেহ।