গুৱাহাটী

খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

Asomiya Pratidin
  • খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

  • তীব্রবেগী ডাম্পাৰে মহটিয়াই নিলে ট্রেফিক পইণ্ট

  • সম্পূৰ্ণৰূপে ভাঙি নিঃশেষ ট্রেফিক পইণ্টটো

  • কথমপি প্রাণ ৰক্ষা যান-বাহন আৰক্ষীৰ

  • দুৰ্ঘটনাত আহত ডাম্পাৰখনৰ চালক

  • আহত চালকজনৰ নাম শিৱ ৰায়।