আৰক্ষীৰ তালাচীৰ মাজতে নিশা জনতা ভৱনৰ কাষত দুৰ্ঘটনা...
আৰক্ষীৰ তালাচীৰ মাজতে নিশা জনতা ভৱনৰ কাষত দুৰ্ঘটনা... 
গুৱাহাটী

আৰক্ষীৰ তালাচীৰ মাজতে নিশা জনতা ভৱনৰ কাষত দুৰ্ঘটনা...

Asomiya Pratidin
  • নিশাৰ মহানগৰীত পুনৰ পথ দুৰ্ঘটনা।

  • এখন ৰখাই থোৱা চুইফটত খুন্দা দ্ৰুতবেগী বাইকৰ।

  • গুৰুতৰভাৱে আহত বাইক আৰোহী।

  • আহত বাইক আৰোহীক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি।

  • দুৰ্ঘটনাত ক্ষতিহৈছে ৰখাই থোৱা চুইফ্ট বাহনখনৰো।

  • আৰক্ষীৰ তালাচীৰ মাজতে সংঘটিত হয় এই দুৰ্ঘটনা।

  • জনতা ভৱনৰ সমীপত সংঘটিত হৈছে এই ঘটনা।