গুৱাহাটী

মহানগৰৰ আবকাৰী বিভাগৰ অভিযানত জব্দ ১৪ কাৰ্টন বিলাতী সুৰা

asomiyapratidin
  • মহানগৰ আবকাৰী বিভাগৰ অভিযান।
  • যোৰাবাটত অটোৰ পৰা জব্দ বিলাতী সুৰা।
  • আবকাৰী বিভাগে জব্দ কৰে প্ৰায় ১৪ কাৰ্টন বিলাতী সুৰা।
  • জব্দকৃত সুৰাখিনি অনা হৈছিল মেঘালয়ৰ পৰা।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে অটো চালকজনক।