গুৱাহাটী

মহানগৰীৰ ঘোঁৰামাৰাৰ নাৰবামত জঘন্য ঘটনা

asomiyapratidin
  • মহানগৰীৰ ঘোঁৰামাৰাৰ নাৰবামত জঘন্য ঘটনা।
  • কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ এজন লোকৰ বিৰুদ্ধে।
  • ঘৰত কোনো নথকাৰ সময়তে এনেদৰে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ।
  • আনোৱাৰ হুছেইন নামৰ এজন লোকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ।
  • যুৱকজনৰ ঘৰ বৰপেটাৰ হাউলীত।
  • ভুক্তভোগী কিশোৰী গৰাকীৰ পৰিয়ালে বশিষ্ঠ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।
  • এজাহাৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লোকজনক।