গুৱাহাটী

এনডিএফবি মুৰব্বী ৰঞ্জন দৈমাৰীৰ দেহত কোৰোনা, এমএমচিএইচত চিকিৎসাধীন…

asomiyapratidin
  • এন ডি এফ বিৰ মুৰব্বী ৰঞ্জন দৈমাৰীৰ দেহত ধৰা পৰিছে কোভিড-১৯।
  • গুৱাহাটী মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ভৰ্তি কৰা হৈছে ৰঞ্জন দৈমাৰীক।
  • উল্লেখ্য যে, শুকুৰবাৰে গুৱাহাটী কেন্দ্ৰীয় জে'লত ১৯জনৰ দেহত ধৰা পৰিছে কোৰোনাৰ উপস্থিতি।
  • গুৱাহাটী কেন্দ্ৰীয় জে'লত কাৰাবাস খাটি আছিল এনডিএফবি মুৰব্বীগৰাকীয়ে।
  • বাকী ১৮জনক জাগীৰোড কোভিড-১৯ হাস্পতালত ভৰ্তি কৰা হৈছে।