গুৱাহাটী

মহানগৰীৰ যাত্ৰীবাহী বাছৰ তলত উদ্ধাৰ অজগৰ

asomiyapratidin
  • মহানগৰীৰ নাৰ্ছাৰীত এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ।
  • মঙলবাৰে নিশা উদ্ধাৰ কৰা হয় অজগৰডাল।
  • এখন যাত্ৰীবাহী বাছৰ তলত স্থানীয় লোকে প্ৰত্যক্ষ কৰে অজগৰ ডালক।
  • বন বিভাগক গতাই দিয়ে অজগৰ ডাল।
  • অজগৰ ডালৰ দৈৰ্ঘ্য প্ৰায় ১৫ফুট।