গুৱাহাটী

অসমত আন্তৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

asomiyapratidin
  • অসমত আন্তৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰাৰ দাবী।
  • মহানগৰীৰ নাৰেংগীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ।
  • চৰকাৰ বিৰোধী শ্ল'গান সংগঠনটোৰ।
  • জোঁৰ লৈ সমদল উলিয়াই প্ৰতিবাদ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ।
  • চৰকাৰক শীঘ্ৰে ব্যৱস্থা লোৱাৰ দাবী সংগঠনটোৰ।
  • পূর্বেও এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।