গুৱাহাটী

গণতন্ত্ৰৰ ওপৰত চলা আক্ৰমণ বন্ধ কৰকঃ সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ

asomiyapratidin
  • ৰাজ্যত ধাৰবাহিকভাৱে সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ।
  • সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম সাংবাদিক সন্থাই।
  • প্ৰতিবাদস্থলীত উপস্থিত থাকে বহুকেইজন জ্যেষ্ঠ সাংবাদিকৰ লগতে বহু সংখ্যক লোক।
  • ইনক্লাব জিন্দাবাদ, সাংবাদিক ওপৰত চলা বৰ্বৰ অত্যাচাৰ বন্ধ কৰক, গণতন্ত্ৰৰ ওপৰত চলা আক্ৰমণ বন্ধ কৰক শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত প্ৰতিবাদকাৰীসকলৰ।
  • প্ৰতিবাদস্থলীত উপস্থিত সদৌ অসম সাংবাদিক সংস্থাৰ বিষয়ববীয়াৰ লগতে আমাৰ অসম কাকতৰ সম্পাদক প্ৰশান্ত ৰাজগুৰু,  জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত, পৰেশ মালাকাৰ, বেদব্ৰত বৰাকে ধৰি কেইবাজনো বিশিষ্ট লোক।