গুৱাহাটী

‘প্ৰতিদিন গোষ্ঠী’ৰ বিশ্বকৰ্মা পূজা, চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ 'অসমীয়া প্ৰতিদিনে'ও উলহ-মালহেৰে উদযাপন কৰিছে বিশ্বকৰ্মা পূজা।মহানগৰীৰ বামুণীমৈদামৰ উদ্যোগিক পামত থকা 'সাদিন প্ৰিণ্টাৰ্ছ'ত 'প্ৰতিদিন গোষ্ঠী'য়ে আয়োজন কৰা বিশ্বকৰ্মা পূজাত পুৱাই বিশ্বখনিকৰ বিশ্বকৰ্মাক আৰাধনা কৰা হয়। এই বিশ্বকৰ্মা পূজাত 'প্ৰতিদিন গোষ্ঠী'ৰ সংবাদকৰ্মীসকলেও অংশ লয়।