মহানগৰীৰ চানমাৰিত মিঠাইৰ দোকানত উত্তপ্ত পৰিস্থিতি।'প্ৰাচী ছুইটছ' নামৰ দোকানখনত ভেজাল মিঠাই বিক্ৰীৰ অভিযোগ গ্ৰাহকৰ।খাদ্য সুৰক্ষা বিভাগক জনালে ক্ষুব্ধ গ্ৰাহকসকলে।দোকানখনৰ স্বত্বাধিকাৰী বিনোদ আগৰৱালাৰ বিৰুদ্ধে কৰ ফাঁকিৰো অভিযোগ।