গুৱাহাটী

যুৱকক আক্ৰমণ কৰি আৰক্ষীৰ জালত বিএছএফৰ কৰ্ণেলৰ পুত্ৰ

asomiyapratidin
  • এইবাৰ যুৱকক প্ৰহাৰৰ অভিযোগত আটক বিএছএফৰ কৰ্ণেলৰ পুত্ৰ।
  • দিছপুৰ আক্ষীয়ে আটক কৰা লোকজনৰ নাম সিদ্ধান্ত সিং।
  • পাৰ্থসাৰথি দে নামৰ এজন যুৱকক আক্ৰমণ কৰাৰ অভিযোগ।
  • চেন্ট্ৰেল মলত আক্ৰমণ কৰিছিল যুৱকজনক।
  • বান্ধৱীৰ সৈতে পাৰ্টি কৰি থকাৰ সময়তে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ।
  • ইফালে সিদ্ধান্ত নামৰ লোকজনে প্ৰহাৰ কৰাৰ বাবে বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়
    হাস্পতালতত চিকিৎসাধীন যুৱকজন।